৩০৩ টা ভোটেৰে লোকসভাত গৃহীত হ’ল তিনি তালাক বিধেয়ক নিউজ
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ জুলাই : দিনজোৰা বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে সন্ধিয়া গৃহীত কৰা হয় তিনি তালাক বিধেয়ক। এই বিধেয়কখনৰ পক্ষত ৩০৩টা ভোট পৰাৰ বিপৰীতে বিপক্ষে পৰিল ৮২টা ভোট। কংগ্ৰেছ, ডিএমকে, এনচিপি, টিডিপি আৰু জেডিইউ–এ এই বিধেয়কখনৰ বিৰোধিতা কৰিছিল। এতিয়া …