ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীৰ সমীক্ষা : আইন উলংঘা কৰি গুৱাহাটীৰ প্রায় সকলো শিক্ষানুষ্ঠানৰ ওচৰত ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী
গুৱাহাটী, সংবাদ ৩৬৫, ২৮ জুলাই : গুৱাহাটী মহানগৰীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰ ওচৰত ‘দা চিগাৰেট এণ্ড আডাৰ টবাকো প্ৰডাক্টছ এক্ট’- ২০০৩ উলংঘা কৰি ব্যৱস্যায়িক সকলে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰাৰ ভয়াবহ তথ্য পোহৰলৈ আহিছে। কনজিউমাৰছ লিগল প্ৰটেকশ্বন ফ’ৰামৰ তত্বাৱধানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ …