গুৱাহাটীত উপস্থিত বলিউডৰ অভিনেত্ৰী মহিমা চৌধুৰী আৰু শ্ৰেয়াচ টালপাৰে : অসমৰ তামোলৰ সোৱাদ ল’ব শ্ৰেয়াচ টালপাৰে

পলাশবাৰী, সংবাদ ৩৬৫, ২ জুন : গুৱাহাটীত উপস্থিত বলিউডৰ অভিনেত্ৰী মহিমা চৌধুৰী আৰু শ্ৰেয়াচ টালপাৰে । মুম্বাইৰ পৰা আজি দুপৰীয়া বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হয় দুয়োগৰাকী অভিনেতা । বিমাবন্দৰতে দুয়োগৰাকী অভিনেতাক উষ্ম আদৰণী জনায় শুভকাংশীসকলে । নগাঁওৰ এক বিশেষ অনুস্থানত …

হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা কাৰ্বি ছাত্ৰ সন্থাৰ

কাৰ্বি আংলং, সংবাদ ৩৬৫, ২ জুন : পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’স্থিত টেংৰালাংছ’ত শনিবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ সহযোগ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ টেংৰালাংছ’ হাইস্কুলত অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানৰ …

মন্ত্ৰীত্ব নাপালেও কোনো অসন্তুষ্টি নাই গুৱাহাটীৰ সাংসদ কুইন ওজাৰ

পলাশবাৰী, সংবাদ ৩৬৫, ১ জুন : পোৱা নোপোৱাৰ কোনো হিচাপ কৰা নাই গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই । শনিবাৰে দুপৰীয়া মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিল্লীৰ পৰা একেলগে উভতি আহি ৰাইজৰ উষ্ম আদৰণী গ্ৰহন কৰি মনত ক্ষোভ থাকিলেও কুইন …

গুৱাহাটী পৌৰ নিগমৰ ধাৰাবাহিক উচ্ছেদ অভিযান : পানবজাৰৰ পাছতেই এইবাৰ ছয়মাইল ভি আই পি ৰোডত অভিযান জিএমচিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১ জুন : শুকুৰবাৰে মহানগৰীৰ পানবজাৰৰ ফুটপাথত বে-আইনী ভাৱে গঢ়ি উঠা দোকানৰ বিৰুদ্ধে জিএমচিৰ উচ্চেদ অভিযানৰ পাছতে আজি পুনৰ গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগৰ ড০ প্ৰদীপ মেধিৰ নেতৃত্বত এটা দলে ছয়মাইল ভিআইপি ৰোডত হাঁহ , কুকুৰা, …

চলো পাল্টাইক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া : চলো পাল্টাইক লৈ গোচৰ তৰিলে আৰ টি আইৰ কৰ্মী দুলাল বৰাই

গুৱাহাটী, সংবাদ ৩৬৫, ১ জুন : ১৯৭২ চনত হোৱা ভাষা আন্দোলনৰ ফলত অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। কিন্তু সম্প্ৰতি অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰে অনা অসমীয়াৰ এক চক্ৰই নিজৰ ভাষাক স্বীকৃতি দিয়াৰ চেষ্টাৰে এক অভিযান চলাইছে। অভিযানৰ …

উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰক

গুৱাহাটী, সংবাদ ৩৬৫, ১ জুন : শনিবাৰে পুৱা এয়াৰ এম্বুলেন্সযোগে অসুস্থ হৈ পৰা হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হোছেইন লস্কৰক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে হাইলাকান্দিৰ এ আই য়ু ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ গুৰুতৰভাৱে হঠাতে …

ফুটপাথৰ দোকানৰ ধাৰাবাহিক উচ্ছেদ অভিযান ঘোষণা জি এম চিৰ : দোকানসমূহত ৰাতি হলে মদ আৰু জুৱাৰৰ আড্ডা বহাৰ অভিযোগ স্থানীয় ৰাইজৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মে’ : মহানগৰীৰ পানবজাৰৰ ফুটপাথত বে-আইনী ভাৱে গঢ়ি দোকানৰ বিৰুদ্ধে জিএমচিৰ উচ্চেদ অভিযান । স্থানীয় ৰাইজে বহু সময় ধৰি উক্ত দোকানসমূহত ৰাতি মদ, জুৱাৰৰ আড্ডা বহি বুলি জি এম চি কৰ্তৃপক্ষক অভিযোগ কৰি আহিছিল। ইয়াৰোপৰি উচ্ছেদ …

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজিছে দক্ষিণ কামৰূপৰ মেধাৱী ছাত্ৰই : কান্দি কান্দি পিতৃয়ে সহায় ভিক্ষা মাগিছে ৰাজ্য চৰকাৰৰ

পলাশবাৰী, সংবাদ ৩৬৫ ,৩১ মে’ : দক্ষিণ কামৰূপৰ ৰামপুৰৰ এজন মেধাসম্পন্ন ছাত্ৰ । নাম প্ৰৱালজ্যোতি। এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে কলা শাখাত উত্তীৰ্ণ হোৱা প্ৰৱালে সম্প্ৰতি থমকি ৰ’বলগীয়া হৈছে । পিতৃয়ে কান্দি কান্দি হাতযোৰ কৰি চৰকাৰৰ লগতে ৰাইজক সহায় …

পূৰ্বৰে পৰা পৰিধান কৰি অহা পৰম্পৰাগত মেখেলা-চাদৰৰ সলনি মহানগৰীৰ টি চি বিদ্যালয়ৰ ছাত্ৰীয়ে পৰিধান কৰিব চেলুৱাৰ-কামিজ : ছাত্ৰীসকলৰ সুবিধাৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত

গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মে’ : গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এখন চৰকাৰী বিদ্যালয়। নাম তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় । এই বিদ্যালয়খনৰ এক বিশেষত্ব আছে । এই বিশেষত্ব হ’ল অসমীয়া সমাজ জীৱনৰ পৰম্পৰাগত মেখেলা-চাদৰ পৰিধান কৰি পুৰণি পৰম্পৰা ধৰি …

পূৰ্বতকৈ এক ঘণ্টা বৃদ্ধি কৰা হ’ল চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মৰ সময়সীমা : সপ্তাহত দুদিনকৈ বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩১ মে’ : সলনি হ’ব ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ সময়সূচী। বৃদ্ধি কৰা হ’ল কৰ্মচাৰীসকলৰ কৰ্ম সময়ো। উল্লেখযোগ্য যে বিগত বছৰসমূহত চৰকাৰী কাৰ্য্যালয়ৰ কাম কৰাৰ সময়সূচী আছিল পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈকে। কিন্তু চলিত বৰ্ষৰ জুলাই …