১০ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হব প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মে’ : বুধবাৰৰ গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত পাঞ্জাৱাৰীৰ পৰা আটক কৰা হৈছিল জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক । জাহ্নৱী আৰু প্ৰাণময় ৰাজগুৰুৰ অধিবক্তা সংবাদ মাধ্যমৰ আগত ভাষ্য ১৪ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিছিল যদিও …

“মই সংগ্রামৰ সৈতে জড়িত, কূটাঘাটৰ সৈতে জড়িত নহয়” – প্ৰাণময় ৰাজগুৰু

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মে’ : লতাশিল থানাৰ পৰা চি জে এম কৰ্টলৈ নিয়াৰ সময়ত আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ সংবাদ মাধ্যমৰ আগত ভাষ্য “সংগ্ৰাম অব্যাহত থাকিব।মোৰ দেশ, মোৰ মাটি,মোৰ জাতি, মোৰ স্বাভিমান। কোনো বিস্ফোৰক পদাৰ্থ মোৰ লগত নাই। মই …

মন্ত্ৰী ভৱেশ কলিতাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি তথ্য প্ৰমাণ দাঙি ধৰিলে অসম পাব্লিক উৱৰ্কছে

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মে’ : অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সম্পৰ্কত অসম পাব্লিক ওৰ্ক্সে গৌৰি সদনত ২৭ এপ্ৰিল ২০১৯ত অনুষ্ঠিত কৰা সংবাদমেলত উত্থাপন আৰু অভিযোগ তোলা বিষয়ৰ সন্দৰ্ভত “নিয়মীয়া বাৰ্তা” বাতৰি কাকতখনত মন্ত্ৰী ভৱেশ কলিতাই মুখ্য অভিযন্তা, জলসিঞ্চন বিভাগ স্বাক্ষৰিত …

নগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কেঁকো সাপৰ ব্যৱসায়ীক : ব্যৱসায়ীজনৰ সৈতে জব্দ কৰা কেঁকো সাপটোৰ বজাৰ মূল্য বহু লক্ষাধিক টকা

নগাঁও, সংবাদ ৩৬৫, ১৬ মে’ : নগাঁও সদৰ থানাত ড্ৰাগছ,নিচা যুক্ত ঔষধ আৰু তাৰ লগত জড়িত সৰবৰাহকাৰী অথবা ব্যৱসায়ীক আটক কৰা দেখিছে । এইবাৰ বৃহস্পতিবাৰে দুপৰীয়া সদৰ থানাৰ নগৰ শাখাৰ আৰক্ষীয়ে আটক কৰে এজন পাচলি বেপাৰীক। নগৰ শাখাৰ উপ-পৰিদৰ্শক গৌৰৱ …

জু-ৰোডত হোৱা গ্ৰেনেড বিস্ফোৰণৰ তদন্ত কৰিব এন আই এ

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মে’ : জু-ৰোডৰ বিস্ফোৰণকাণ্ডৰ তদন্ত কৰিব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অৰ্থাৎ এন আই এই। আজিয়েই এন আই এই গোচৰ ৰুজু কৰাৰ সম্ভাৱনা। ঘটনাস্থলী পৰিদৰ্শন কৰিব এন আই এৰ বিষয়াই । পূৰ্বেও আলফাৰ কূটাঘাতৰ বহুকেইটা গোচৰ ৰুজু কৰিছিল …

পথ নিৰ্মানৰ নামত হৈ থকা দুৰ্নীতি পোহৰলৈ আহিব নে ?

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৬ মে’ : এটা পথ চপৰা চপৰি খহিছে । উক্ত পথটো হৈছে দক্ষিণ কামৰূপৰ লোহাৰঘাটৰ । ৩ কিমি যোৰা এই পথটো এতিয়া চপৰা চপৰি ঘহিছে কিয়ণো ৰাইজৰ অভিযোগ এই পথটোত অতি নিম্নমানৰ কাম হৈছে । বোকদোভাৰ …

কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী ? মহানগৰবাসীৰ সুৰক্ষাৰ বাবে আৰক্ষীয়ে ল’ব নে ব্যৱস্থা ?

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মে’ : অতি ব্যস্ত গুৱাহাটী মহানগৰীৰ আৰ জি বি পথৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপত থকা চেন্ট্ৰেল মলৰ নিচেই কাষতে বুধবাৰে সন্ধিয়া ৭.৫৫ বজাত সংঘটিত হৈছিল এক গ্ৰেণেড বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত পকী পথটোত সৃষ্টি হৈছিল এটা …

গ্ৰেনেড বিস্ফোৰণে কঁপালে মহানগৰী : বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মে’ : ৰাজ্যৰ লগতে মহানগৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উখল-মাখল পৰিৱেশেৰ মাজতে এক ভয়ঙ্কৰ বিস্ফোৰণ। মহানগৰীৰ জু-ৰোডৰ চেণ্ট্ৰেল ম’লৰ সন্মুখত হয় এক গ্ৰেনেড বিস্ফোৰণ। বিস্ফোৰণত ৮ জন লোক আহত হোৱাৰ খবৰ ।খবৰ অনুসৰি আৰক্ষীৰ তালাচী চলি থকাৰ …

প্ৰতিবন্ধকতা কেতিয়াও জীৱন বাটৰ হেঙাৰ হব নোৱাৰে : ৰাজ্যৰ ভিতৰতে স্থান দখল ভি ডি চি মূকবধিৰ বিদ্যালয়ৰ ছাত্ৰীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মে’ : প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। ইয়াকেই প্ৰমাণ কৰি দেখুৱালে ভাউৰি দেৱী চিৰাওগি মূক বধিৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে । বিদ্যালয়খনৰ মুঠ পৰীক্ষাৰ্থীৰ ৩৩ জনৰ ভিতৰত ৩০ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। তাৰে ১০ জনে প্ৰথম বিভাগত , …

বিগত বৰ্ষৰ দৰে এইবাৰো বানে গৰকা ধেমাজিয়ে ৮৩.২৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে লাভ কৰিছে জিলা ভিত্তিত প্ৰথম স্থান

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ মে’ : আজি ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ।  এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৩,৩৬,২০৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ২,০২,৫০৮গৰাকীৰ ছাত্ৰ-ছাত্ৰী । বিগত বৰ্ষৰ তুলনাত এইবাৰৰ উত্তীৰ্ণৰ হাৰ বেছি …