কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে পিন্ধিব গেৰুৱা বসন : নিজ সমষ্টিৰ দ্ৰুত উন্নয়নৰ উদ্দেশ্যই কুৰ্মীয়ে যোগদান কৰিব বিজেপিত
নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ জুলাই : কংগ্ৰেছ দলত মোহভংগ ঘটিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুর্মী । কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বিধায়কগৰাকীয়ে । ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁ কংগ্ৰেছ দলত থাকি মৰিয়নি সমষ্টিৰ আশাপ্ৰদ …