কলগাছিয়াৰ মইনবৰীৰ ঢাকালীয়া পাৰাত আই আৰু মানাহ নদীৰ ভয়াৱহ খহনীয়াৰ তাণ্ডৱ : ৬৫ পৰিয়ালৰ ভেটি মাটি উছন : কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন, জনপ্ৰতিনিধি
কলগাছিয়া, সংবাদ ৩৬৫, ২৮ জুন : কলগাছিয়াৰ মইনবৰীৰ ঢাকালীয়া পাৰাত যোৱা কিছুদিন ধৰি হোৱা আই আৰু মানাহ নদীৰ ভয়াবহ খহনীয়াই ৰুদ্ৰ মুৰ্তি ধাৰণ কৰাত গাওবাসীৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। ইতিমধ্যে নৈখনৰ বিধ্বংসী খহনীয়াত জাহ গল গাও খনৰ ৬৫ পৰিয়ালৰ …