Football : ভাৰতীয় ফুটবল তৃণমুল পৰ্যায়ৰ পৰা উত্তৰণ কৰাৰ বাবে ৰিলায়েন্স ফাউণ্ডেছনে দৃঢ় পদক্ষেপ হাতত লৈছে : গুম্পে ৰাইম
গুৱাহাটী, ৮ ডিচেম্বৰ, ২০২৪ : ভাৰতীয় ফুটবলত তৃণমুল পৰ্যায়ৰ পৰা উত্তৰণ কৰাৰ বাবে ৰিলায়েন্স ফাউণ্ডেছনে দৃঢ় পদক্ষেপ হাতত লোৱা বুলি ব্যক্ত কৰিছে জুনিয়ৰ ইণ্ডিয়া দলৰ প্ৰাক্তন গ’লৰক্ষক তথা প্ৰশিক্ষক গুম্পে ৰাইমে৷ গুৱাহাটীত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ (CII) দ্বাৰা আয়োজিত ‘গ্ৰাছৰুটছ …