NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱৰ পাণবজাৰৰ নতুন ৰোড অভাৰ ব্ৰীজ নিৰ্মাণৰ দিশত উল্লেখযোগ্য অগ্ৰগতি
নিউজ ডেস্ক, ১০ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৬০-মিটাৰ বো ষ্ট্ৰিং গাৰ্ডাৰ সফলভাৱে স্থাপনৰ জৰিয়তে পাণবজাৰত নতুন ৰোড অভাৰ ব্ৰীজ (ROB) নিৰ্মাণত এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই গুৰুত্বপূৰ্ণ কাৰ্যটো ৮ এপ্ৰিল ২০২৫ ৰ নিশা ৩ ঘণ্টাৰ …