গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ অভিনৱ প্ৰচেষ্টা ” লোকৰংগম “

গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থী সকলে অহা ১১ মে’ত আয়োজন কৰিবলৈ লৈছে “লোকৰংগম”। যিটো ভাওনা, পুতলা নাচ আৰু আলোচনা চক্ৰৰ সমাহাৰেৰে এক ভিন্নধৰ্মী অনুষ্ঠান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া …

এতিয়াৰ পৰা খাদ্য সুৰক্ষাৰ অধীনত বিলাতী সুৰা বা দেশীয় সুৰা : ২১ বছৰৰ তলৰ ব্যক্তিক বিক্ৰী কৰা নহ’ব সুৰা

গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : “সুৰা স্বাস্থ্যৰ পক্ষে হানিকাৰক” যুক্ত লেবেল থকাৰ পাছতো অধিক সংখ্যকেই গ্ৰহণ কৰে বিলাতী, দেশী সুৰা। কোনোৱে এই সুৰা গ্ৰহণ কৰে আনন্দ, বিষাদ বা কোনোৱে নিজৰ ষ্টেটাছ মেন্টেইন কৰিবলৈ । এই বিলাতী সুৰাই হওঁক বা …

বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজ কৰ্মচাৰীৰ প্ৰতিবাদ : জেট এয়াৰৱেজ মুৰ্দাবাদ ধব্বনিৰে উত্তাল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বৰ্তমানেও অব্যাহত আছে জেট এয়াৰৱেজ কৰ্মচাৰীৰ প্ৰতিবাদ । আজিও কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ’ল বৰঝাৰ বিমানবন্দৰ । সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ২৬ হাজাৰ কৰ্মচাৰীক প্ৰায় ৩ মাহ ধৰি প্ৰাপ্য দৰমহা প্ৰদান নকৰাৰ বাবে …

অয়’ই তেওঁলোকৰ কৰ্মচাৰী আৰু মহিলা কৰ্মচাৰীৰ সুৰক্ষা দিয়াত ব্যৰ্থ নেকি ? কোম্পানীৰ মহিলা কৰ্মচাৰীক কিয় দুৰ্ব্যৱহাৰৰ অয়’ই পৰিচালনা কৰা হোটেলৰ 

গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : দক্ষিণ এছিয়াৰ সকলোতকৈ ডাঙৰ আৰু পৃথিৱীৰ সকলোতকৈ সুচাৰুভাৱে পৰিচিত নাম থকা কোম্পানিটোৰ কৰ্মচাৰীৰ ওপৰত বিশেষকৈ মহিলা কৰ্মচাৰীৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে আৰক্ষী থানাত এজাহাৰ দিয়া হৈছে । মহানগৰীৰ হাতীগাঁওস্থিত হোটেল গ্ৰেণ্ড মেজেষ্ট্ৰী যিখন পৰিচালিত …

এদল যুৱক-যুৱতীয়ে হাতত সাহাৰ্য্যপাত্ৰ লৈ সাহাৰ্য্য বিচাৰি ঘুৰি ফুৰিছে ৰাস্তা-ঘাট,দোকান-পোহাৰে : কিহৰ বাবে এই যুৱক-যুৱতী সকলে সাহাৰ্য্য বিচাৰি ফুৰিছে 

গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ : এগৰাকী যুৱতী । নাম জুলি। যুৱতীগৰাকীৰ ঘৰ মহানগৰীৰ সমীপৰ মাজিৰগাওত । এই ধুনীয়া যুৱতীগৰাকী এতিয়া মৃত্যুৰ সৈতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যুজি আছে । যুৱতীগৰাকী দুৰাৰোগ্য কৰ্কত ৰোগত আক্ৰান্ত হৈ যোৱা কেইবামাহ ধৰি এনেদৰে চিকিৎসাধীন …

কংগ্ৰেছ দল নোটৰ উপাসক, বিজেপি নৰৰূপী নাৰায়ণৰ উপাসক – ৰূপম গোস্বামী

গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ : ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ কাৰ্য্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোশ্বামী আৰু মমিনুল আৱালৰ সংবাদমেল। পশ্চিমবংগত হোৱা আক্ৰমণক লৈ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোশ্বামী তীব্ৰ ভাষাৰে গৰিহণা দি মন্তব্য কৰে যে, মমতা …

সৰভোগৰ হৰকুমাৰ গোস্বামীক বিদেশী বুলি সন্দেহ : গোস্বামীয়ে থিয় দিলে বৰপেটা ৰোডৰ এন আৰ চিৰ হিয়াৰিংৰ লাইনত

বৰপেটা, সংবাদ ৩৬৫, ৭ মে’ : হৰকুমাৰ গোস্বামী, বৰপেটা জিলাৰ সৰভোগ অঞ্চলৰ ৰামপুৰ গাঁৱৰ এজন বিশিষ্ট ব্যক্তি তথা সমাজকর্মী, বৰ্তমান অৱশ্যে তেওঁ গুৱাহাটীৰ বাসিন্দা। যিয়েই নহওঁক তেওঁৰ স্থায়ী ঠিকনা ৰামপুৰ, এই গাঁৱখনৰ বৈশিষ্ট এয়াই যে কেইবা শতিকা পুৰণি এখন নিভাঁজ …

ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ’চাইটিৰ বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী, সংবাদ ৩৬৫, ৭ মে’ : ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ’চাইটিয়ে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত চচলত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ’চাইটিৰ অভিযোগ যে শুনানীৰ কেন্দ্ৰসমূহ অনিয়মীয়াভাৱে বিভিন্ন ঠাইত নিৰ্বাচন কৰা হৈছে যাৰ ফলত আপত্তি হোৱা লোকসকলে …

নিয়ন্ত্ৰণ হেৰুৱাই ষ্ট্ৰীট লাইটৰ পোষ্টত খুন্দা মাৰি শোকাৱহ পথ দুৰ্ঘটনা : দুৰ্ঘটনাত থিতাতে নিহত বাইক চালক

তিতাবৰ, সংবাদ ৩৬৫, ৭ মে’ : নিয়ন্ত্ৰণ হেৰুৱাই ষ্ট্ৰীট লাইটৰ পোষ্টত খুন্দা মাৰি থিতাতে মৃত্যু হয় এজন যুৱকৰ । নিহত হোৱা যুৱক জনৰ নাম সঞ্জীৱ হাজৰিকা । এ এছ ০৩ আৰ ৯৩৬১ নম্বৰৰ গ্লেমাৰ বাইকেৰে তীব্ৰ বেগত আহি থকা অৱস্থাত …

অবৈধ অৰুণাচলী সুৰা কঢ়িওৱা বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত : ঘটনাস্থলীৰ পৰা বাহনৰ গৰাকী আৰু চালক পলায়ন

বিশ্বনাথ, সংবাদ ৩৬৫, ৭ মে’ : বিশ্বনাথত কাহিলি পুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় অৱৈধ অৰুণাছলী সুৰা কঢ়িওৱা বিলাসী এখন“আৰ্টিকা” বাহন ৷ এ এছ ০৪ এম ৮৬০০ পঞ্জীয়ন নম্বৰৰ বিলাসী আৰ্টিকাখনে ৩০ কাৰ্টুন অবৈধ অৰুণাছলী সুৰা কঢ়িয়াই আনি থকা অৱস্থাত বিশ্বনাথৰ বাঘমাৰীত বিপৰিত …