নতুন ৰূপত অসমী দুৰা কাছ : গঁড়ৰ লগতে অসমী দুৰা কাছক বিশ্ববাসীৰ ওচৰলৈ নিয়াৰ এক বিশেষ প্ৰয়াস এগৰাকী শিল্পীৰ
গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৩০ জুন : মুখত পেঁপা, ডিঙিত গামোচা আৰু পিঠিত জাপি লৈ নতুন ৰূপত ওলাইছে অসমী দুৰা কাছৰ আৰ্হি। মহানগৰী গুৱাহাটীৰ এগৰাকী যুৱ শিল্পীয়ে এক নতুন ৰূপ প্ৰদান কৰিছে অসমী দুৰা কাছৰ আৰ্হিক। গঁড়ৰ লগতে …