মিষ্টাৰ এণ্ড মিছ টীন অসম ২০১৯ আৰু লিটল মিছ দিভা অৱ অসম ২০১৯ সম্পন্ন
গুৱাহাটী, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : ষ্টুডিও গ্ৰুপ আপৰ আৰু নিখিল বৈশ্যই আয়োজন কৰা মিষ্টাৰ এণ্ড মিছ টীন আছাম ২০১৯ আৰু লিটল মিছ দিভা অৱ আছাম ২০১৯ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাখন ২০ এপ্ৰিল অনুষ্ঠিত হৈ যায়। গুৱাহাটীৰ ৰুক্মিণীনগৰ প্ৰেক্ষা গৃহত অনুষ্ঠিত …