এটা কণী, এক হত্যাকাণ্ড আৰু যাৱৎজ্জীৱন কাৰাদণ্ড
নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ জুন : এটা মুৰ্গীৰ কণীৰ বাবেই এক হত্যাকাণ্ড । হত্যাৰ বাবে পতি-পত্নীসহ তিনিজনক যাৱৎজ্জীৱন কাৰাদণ্ড হোজাই শংকৰদেৱনগৰ আদালতৰ । উক্ত ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ শংকৰদেৱ নগৰত। ২০১৪ চনৰ ১৮ আগষ্ট তাৰিখে এটা মুৰ্গীৰ কণীক …