Badminton : গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন আৰম্ভ

গুৱাহাটী, ৩ ডিচেম্বৰ, ২০২৪ : অসমৰ ঈশাৰাণী বৰুৱাই গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতাত (badminton Championship) পোনে পোনে মুল ৰাউণ্ডত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ যোৱানিশা আনুষ্ঠানিকভাবে ঘোষণা কৰা প্ৰতিযোগিতাৰ সূচীত ঈশাৰাণীক মহিলাৰ একক শাখাত মুল ৰাউণ্ডত খেলাৰ সুযোগ দিয়া হৈছে৷ …

Assam Diwas : অসম দিৱসত কেইৰ্ণ-ফিজিহাৰ ৱেবিনাৰত সত্ৰৰ ঐতিহ্য আৰু বহনক্ষম উন্নয়নৰ আলোচনা

গুৱাহাটী, ৩ ডিচেম্বৰ, ২০২৪ : অসম দিৱস উপলক্ষে অনুষ্ঠিত এখনি অনলাইন আলোচনাচক্ৰত ৰাজ্যৰ কেইবাগৰাকী গৱেষক, বিশেষজ্ঞই “অসমৰ আৰ্থ সামাজিক অৱস্থাৰ উত্তৰনৰ বাবে নতুন প্ৰজন্মই আধ্যাত্মিক আৰু সাংস্কৃতিক দিশ সমূহ হৃদয়ংগম কৰি অঞ্চলৰ প্ৰাকৃতিক আৱদান সমূহৰ সৎ ব্যৱহাৰ কৰি কৰ্মৰে স্বাৱলম্বী …

NF Railway : ভাৰতীয় ৰে’লৱেৰ দ্বাৰা ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে ব্যাপক নিযুক্তি অভিযান

নিউজ ডেস্ক, ৩ ডিচেম্বৰ, ২০২৪ : ভাৰতীয় ৰে’লৱেই বহুতো খালী হৈ থকা পদ পূৰণৰ বাবে এক ব্যাপক নিযুক্তি (Requirement) পদক্ষেপ গ্ৰহণ কৰিছে। ২ কোটিতকৈও অধিক প্ৰাৰ্থীয়ে এই নিযুক্তি অভিযানত আবেদন কৰিছে। সকলো যোগ্য প্ৰাৰ্থীয়ে কম্পিউটাৰ ভিত্তিক পৰীক্ষাত বহিব লাগিব যিটো …

Badminton : প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে

গুৱাহাটী, ২ ডিচেম্বৰ, ২০২৪ : গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত (Indoor Stadium) মঙলবাৰৰ পৰা আৰম্ভ হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা৷ বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে ইতিমধ্যে ভাৰতৰ লগতে …

National Highway : ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ভেকোঁভাওনাৰ তদন্ত দাবী মনোজ ধানোৱাৰৰ

গুৱাহাটী, ২ ডিচেম্বৰ, ২০২৪ : অসমত ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ নামত বিভাগীয় সংস্থাই সংঘটিত কৰি অহা চূড়ান্ত বিসংগতিয়ে চকু কপালত তুলিছে সচেতন মহলৰ। যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ১২৭ কিলোমিটাৰ পথৰ নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ হেমাহি তথা দায়িত্বজ্ঞানহীনতাৰ অভিযোগ …

Guwahati : গুৱাহাটীত মেগা এণ্টাৰটেইনমেণ্টৰ জনপ্ৰিয় প্ৰতিযোগিতাৰ অডিচনৰ আয়োজন

গুৱাহাটী, ২ ডিচেম্বৰ, ২০২৪ : উত্তৰ-পূব ভাৰতৰ ফেশ্বন (Fashion) আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আগশাৰীৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে দেওবাৰে গুৱাহাটীৰ হোটেল ডায়েস্কো অলে এল’ত অনুষ্ঠিত কৰে ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ …

Aap : গোৱালপাৰা, ধুবুৰী, মানকাচাৰত ‘আপ’ৰ সম্পৰ্ক যাত্ৰা

গুৱাহাটী, ১ ডিচেম্বৰ, ২০২৪ : ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ (Panchayat Election) পূৰ্বে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে আম আদমি পাৰ্টী চমুকৈ ‘আপে’। নামনি অসমৰ গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰ মানকাচাৰ জিলাত দলৰ …

Purabi Dairy : পূৰবী ডেইৰীৰ তৰফৰ পৰা অসমৰ ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা বিজয়ীসকলক সম্বৰ্ধনা

গুৱাহাটী, ৩০ নৱেম্বৰ, ২০২৪ : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে শুকুৰবাৰে নিজ চৌহদত চাৰিগৰাকী ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটাপ্ৰাপকক সন্মান (Felicitation) জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ দুগ্ধ খণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে …

Kamrup : কামৰূপ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ সভা সম্পন্ন

আমিনগাঁও ৩০ নৱেম্বৰ,২০২৪ : কামৰূপ জিলাৰ জিলা পথ সুৰক্ষা (Road Safety) সমিতিৰ সভাখন শুকুৰবাৰে আমিনগাঁৱস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত কামৰূপ জিলাত পথ দুৰ্ঘটনা ৰোধ কৰা আৰু পথ দুৰ্ঘটনাত …

Football : ছিজনৰ প্ৰথম জয় ইষ্ট বেংগলৰ, প্ৰথমবাৰৰ বাবে গ’ল কৰাত বিফল নৰ্থ ইষ্ট ইউনাইটেড

নিউজ ডেস্ক, ২৯ নৱেম্বৰ, ২০২৪ : ক্ৰমাগত চাৰিখন মেচত অপৰাজেয় যাত্ৰা অব্যাহত ৰখা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত খেলা মেচত ঘৰুৱা দল ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে একামাত্ৰ …