Waqf Bill : ৱাকফ আইন সন্দৰ্ভত বৃহত্তৰ গুৱাহাটী মুছলিম সমাজৰ বিশেষ সভা
গুৱাহাটী, ২০ এপ্ৰিল, ২০২৫ : বৃহত্তৰ গুৱাহাটী মুছলিম সমাজৰ (Muslim Samaj) বিশেষ সভা। ২০২৫ চনৰ ৱাকফ (সংশোধনী) আইনৰ ব্যাপক প্ৰভাৱৰ ওপৰত আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ বৌদ্ধিক সভাৰ আয়োজন কৰে বৃহত্তৰ গুৱাহাটী মুছলিম সমাজে। এই সভাত অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট অধিবক্তা, …