Rajasthan Royals : ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ বাতিল মেচৰ টিকটৰ ধন ঘুৰাই পোৱাৰ অন্তিম সুযোগ
গুৱাহাটী, ২৯ ডিচেম্বৰ, ২০২৪ : বিগত আই পি এল (IPL) ছিজনত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত হোৱা ৰাজস্থান ৰয়েলছ (আৰ আৰ) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজৰ বৰ্ষাবিঘ্নিত বাতিল হোৱা মেচখনৰ টিকট ক্ৰয় কৰা দৰ্শকক ধন ঘুৰাই দিয়াৰ …