Badminton : গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ ১০০ আন্তৰ্জাতিক বেডমিণ্টন
গুৱাহাটী, ২৯ নৱেম্বৰ, ২০২৪ : অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা তিনিৰ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা৷ বি ডব্লিউ এফ (BWF) ট্যুৰৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত ভাৰতৰ লগতে বিশ্বৰ ২৩ খন দেশৰ পুৰুষ আৰু মহিলা তাৰকা …