Tangla Murder : শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা দুই শিশুৰ মৃতদেহ উদ্ধাৰ
টংলা, ২১ ডিচেম্বৰ, ২০২৪ : এক নৃশংস হত্যাকাণ্ড। এই নৃশংস হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। হত্যাৰ বলি হৈছে দুই শিশু (Two Child Killed)। শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল শিশু দুটি। কোনো দুৰ্বৃত্তই অপহৰণ কৰি শিশু দুটিক নৃশংসভাৱে হত্যা কৰে। …