Rangapani Railway Station : ৰঙাপানী ষ্টেচন য়াৰ্ডৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক কামৰ বাবে সাজু উত্তৰ পূব সীমান্ত ৰে’লৱে
নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ, ২০২৪ : ৰে’লৱে সুৰক্ষা আৰু ৰে’ল পৰিচালনৰ দক্ষতা অধিক উন্নত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ সমগ্ৰ নেটৱৰ্কত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আন্তঃগাঁথনি, সুৰক্ষা আৰু অংশীদাৰসকলক প্ৰদান কৰা সেৱা উন্নত কৰাৰ দিশত অবিৰত প্ৰচেষ্টাৰ …