NF Railway : ভুচৱল আৰু গুৱাহাটীৰ মাজত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ভাৰত গৌৰৱ ৰে’ল
নিউজ ডেস্ক, ২ জানুৱাৰী, ২০২৫ : উত্তৰ-পূব ভাৰতত পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰতীয় ৰে’লৱেৰ তৰফৰ পৰা ভুচবল আৰু গুৱাহাটীৰ মাজত ভাৰত গৌৰৱ ৰে’ল (Gaurav Rail) চলোৱা হ’ব। ৰে’ল নং ০০১৩১ ১ জানুৱাৰী, ২০২৫ তাৰিখে ৮:০০ বজাত ভুচবলৰ পৰা যাত্ৰা আৰম্ভ কৰি …