Goutam Adani : প্ৰৱঞ্চনা আৰু উৎকোচ কাণ্ডত গৌতম আদানিক গ্ৰেপ্তাৰৰ দাবী ‘আপ’ৰ
গুৱাহাটী, ২২ নৱেম্বৰ’ ২০২৪ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ গ্ৰেপ্তাৰৰ দাবী কৰিছে আম আদমি পাৰ্টীয়ে (Aam Admi Party) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ক’ৰ্টে ২,২০০ কোটি টকাৰ উৎকোচ কেলেংকাৰিত দোষী সাব্যস্ত কৰা গৌতম আদানিক অবিলম্বে গ্ৰেপ্তাৰৰ দাবী আপৰ ৰাজ্যিক …