CPIM : ভাৰতৰ কমিউনিষ্ট পাৰ্টি (চিপিআই) ৰ প্ৰতিষ্ঠাৰ শতবৰ্ষৰ শুভ আৰম্ভণি অনুষ্ঠান
গুৱাহাটী, ২৬ ডিচেম্বৰ, ২০২৪ : ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (Communist Party Of India) প্ৰতিষ্ঠাৰ ১০০ বছৰ উপলক্ষে বৃহস্পতিবাৰে পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয় প্ৰাঙ্গনত শুভ আৰম্ভণিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্যসুচীৰ আৰম্ভণিতে পাৰ্টিৰ ৰক্ত পতাকা উত্তোলন কৰে পাৰ্টিৰ বৰ্ষীয়ান নেতা কমৰেড ডম্বৰু বৰাই। …