তামুলপুৰত বিভিন্ন দল সংগঠনৰ হৰ্ষোল্লাস

তামুলপুৰ, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰত আছুৰ বিজয় উৎসৱ। ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত আনন্দত উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। তামুলপুৰতো তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া ও সদস্য সকলৰ মাজত দেখা গল আনন্দ মুখৰ পৰিবেশ। ৰাজ্য সভাত নাগৰিকত্ব …

তামুলপুৰত খোৱা পানী যোগান আঁচনি মুকলি

তামুলপুৰ, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰী: তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ বগাজুলি অঞ্চলৰ ব্ৰহ্মপাৰা অঞ্চলত সজল ধাৰা আঁচনি অধীনত নিৰ্মাণ কৰা খোৱা পানী যোগান আঁচনিটো বুধবাৰে শুভাৰম্ভ কৰে তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাৰীয়ে।আঁচনিটে মুকলি কৰাৰ পিছতে অনুষ্ঠিত সভাত তামুলপুৰ সমষ্টিৰ …

তামুলপুৰ বন্ধ সৰ্বাত্মক: বন্ধ সমৰ্থকৰ ট্ৰাকলৈ শিল গুটি নিক্ষেপত দূৰ্ঘটনাত পতিত ট্ৰাকচালক

তামুলপুৰ, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰী: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বুধবাৰে চিচিটিঅই আহ্বান জনোৱা ১২ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ তামুলপুৰ মহকুমাত সৰ্বাত্মক প্ৰভাব পৰিলক্ষিত হয়। বন্ধৰ সময়চোৱাত তামুলপুৰৰ দিঘিলীপাৰত বন্ধ সমৰ্থকৰ ১২চকীয়া ট্ৰাকলৈ (পি বি ২৩ টি ২৭০৯) এখনলৈ  শিলা বৰ্ষন কৰাত …

নাগ্ৰীজুলিৰ ব্যৱসায়ী তথা সমাজকৰ্মী নাৰায়ণ চন্দ্ৰ ওজাৰ বিয়োগত নাগ্ৰীজুলিত শোকৰ ছাঁ

তামুলপুৰ, সংবাদ ৩৬৫,১২ ফেব্ৰুৱাৰী: তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ ভাওৰাগুৰী গাঁৱৰ নিবীসী নাৰায়ণ চন্দ্ৰ ওজাৰ মংগলবাৰে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫৬ বছৰ। নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভাওৰাগুৰী গাঁৱৰ প্ৰয়াত কনক ওজাৰ পুত্ৰ নাৰায়ণ চন্দ্ৰ ওজা বিগত কিছুদিন ধৰি …

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫ ,১২ফেব্ৰুৱাৰী: বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী তথা বিহদিয়াত মংগলবাৰে বিয়লি বাইহাটা চাৰিআলি আৰক্ষীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত আৰক্ষীসহ আঠ গৰাকীকৈ আহত হয় । ঘটনা সন্দৰ্ভত পোৱা তথ্যানুসৰি এগৰাকী মহিলা আচামী থানালৈ আনি থকা অৱস্থাত বাইহাটা …

একাংশ বালি মাফিয়াৰ দৌৰাত্ম্যৰ বাবে গভীৰ সংকটৰ দিশে জয়পুৰ বৰ্ষাৰণ্য

নাহৰকটীয়া, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰী: নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ সমীপতে বালি মাফিয়াৰ দৌৰাত্ম্য। চকু মুদা কুলিৰ ভাৱত ৰাজ্যৰ বিয়াগোম বন বিভাগ। দৈনিক শ শ ট্ৰাক অবৈধ বালি সৰবৰাহ হৈ আহিছে নাহৰকটীয়া, জয়পুৰ অঞ্চলৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈও। উল্লেখযোগ্য যে ৰেইনফৰেষ্ট …

ছয়গাঁৱৰ গুমিত আৰক্ষী – সাংবাদিকক আক্ৰমণৰ ঘটনাত জড়িত ১৩ জন লোকক আটক

ছয়গাঁও, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী: দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া এগৰাকীৰ ওপৰত হোৱা বৰ্বৰ ঘটনাই বাৰে বাৰে জোকাৰি গৈছে দক্ষিণ কামৰূপৰ ছয়গাও অঞ্চল। উক্ত ঘটনা অনুসৰি যোৱা ২৮ জানুৱাৰীৰ নিশা ছয়গাঁও থানাৰ অন্তৰ্গত গুমীত একেটা পৰিয়ালৰেই পিতৃ আচুৰুদ্দিন …

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিৰুদ্ধে সৰুপথাৰত প্ৰতিবাদ ছাত্ৰ সমাজৰ

সৰুপথাৰ, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সৰুপথাৰত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ছাত্ৰ সমাজ ৷ সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ধনশিৰি মহকুমা ছাত্ৰ সমাজে জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত ৰূপায়ণ কৰে …

তামুলপুৰত কৃষক মুক্তিৰ অভিনৱ প্ৰতিবাদ: নৰেন্দ্ৰ মোডীৰ শৱদেহ লৈ প্ৰতিবাদী সমদল: কেইবাজনো নেতাক আটক আৰক্ষীৰ

তামুলপুৰ, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তামুলপুৰত বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তামুলপুৰত শনিবাৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্যকাৰ্যালয়ৰ পৰা ভাৰতৰ প্ৰধান মন্ত্ৰী …

তামুলপুৰত চাৰি জুৱাৰী আটক

তামুলপুৰ, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটা চকত শুকুৰবাৰে নিশা এক জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে চাৰিজন জুৱাৰী আটক কৰিবলৈ সক্ষম হয় । আটকাধীন জুৱাৰী চাৰি গৰাকী হৈছে চুনফু ব্ৰহ্ম, চমেন বড়ো, আব্দুল লতিব আৰু …