কমলপুৰত কেন্দ্ৰীয়ভাৱে উদযাপন গনতন্ত্ৰ দিৱস
বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ৩৬৫, ২৬জানুৱাৰী: দেশৰ অন্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ কমলপুৰতো কেন্দ্ৰীয় ভাৱে পালন কৰা হয় ৭০ সংখ্যক গনতন্ত্ৰ দিৱস। কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় প্ৰাঙ্গনত উদযাপন কৰা গনতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰে চক্ৰ বিষয়া ডা° বেদাংগ …