ক্ষেত্ৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই ঠগ-প্ৰৱঞ্চক
গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মাৰ্চ : গুৱাহাটী মহানগৰীৰ সমীপৰ ক্ষেত্ৰী আৰক্ষীয়ে মঙলবাৰে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই ঠগ-প্ৰৱঞ্চকক । গ্ৰেপ্তাৰ হোৱা দুই ঠগ প্ৰৱঞ্চকৰ এজন ক্ষেত্ৰীৰ মালয়বাৰীৰ কুশল গোস্বামী আনজন ছয়গাঁৱৰ ধীৰেন ৰাজবংশী । উল্লেখ্য যে কুশল …