ৰ’দ হৈ আহা তুমিৰ শুভ মুক্তি
গুৱাহাটী, সংবাদ ৩৬৫ , ১৫ মাৰ্চ : অসমৰ সংস্কৃতি প্ৰেমিক সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই মুক্তি পালে এখন নতুন অসমীয়া ছবিৰ গীতৰ কেছেট ” ৰ’দ হৈ আহা তুমি”। মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাৱত মুক্তি দিয়া হয় উক্ত ছবিৰ গীতৰ কেছেট। গীত …
গুৱাহাটী, সংবাদ ৩৬৫ , ১৫ মাৰ্চ : অসমৰ সংস্কৃতি প্ৰেমিক সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই মুক্তি পালে এখন নতুন অসমীয়া ছবিৰ গীতৰ কেছেট ” ৰ’দ হৈ আহা তুমি”। মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাৱত মুক্তি দিয়া হয় উক্ত ছবিৰ গীতৰ কেছেট। গীত …
গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মাৰ্চ : শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত মুছলিম ছাত্ৰ সন্থা,অসমে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত তেওঁলোকে বিজেপিৰ লগত অগপৰ মিত্ৰতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁলোকে কয় যে অগপ দল আঞ্চলিকতাবাদৰ নামত ভেকো-ভাওনা। সমাগত নিৰ্বাচনত অগপক বৰ্জন …
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : ক্ষমতাৰ বাবে অগপই সুবিধাবাদী ৰাজনীতি কৰিছে। ক্ষমতাৰ স্বাৰ্থত সকলো আদৰ্শ ত্যাগ কৰিছে অগপই। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। সংবাদমাধ্যমৰ আগত গগৈয়ে কয় যে জাতিক প্ৰতাৰণা কৰা এয়াই প্ৰথম। বদনকো চেৰ পেলাইছে অগপৰ তিনি …
বাইহাটা চাৰিঅালি, সংবাদ৩৬৫ , ১৪ মাৰ্চ ঃ কামৰূপ জিলাৰ বাইহাটা চাৰিঅালিৰ বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান ৰামানুজ একাডেমীৰ উদ্যোগত অায়োজিত ৰামানুজ টেলেন্ট হান্ট ২০১৯ পৰীক্ষাৰ ফলাফল বুধবাৰে ঘোষনা কৰাৰ লগতে বঁটা সমূহো বিতৰণ কৰা হয় । ঘোষিত ফলাফল অনুসৰি এই পৰীক্ষাত কামৰূপ …
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : বাইহাটা চাৰিআলি শাখা সাহিত্য সভা আৰু মদাৰতলা সাদৰী শতদল সাহিত্য সভাই অসম সাহিত্য সভাৰ বৰডুমছা অধিবেশনত দিয়া প্ৰতিশ্ৰুতি আৰু নিমন্ত্ৰণ ৰক্ষা নকৰাত উক্ত বিষয়টোৰ ওপৰত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি গভীৰ দুখ …
সংবাদ ৩৬৫, ১৪ মাৰ্চ : মহাৰাষ্ট্ৰত ৫ আৰু উত্তৰ প্ৰদেশত ১৬ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে। উক্ত তালিকাত কংগ্ৰেছে ললিতেশ পতি ত্ৰিপাঠীক সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰাজেন্দ্ৰ বিন্দৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । ইফালে,উত্তৰ প্ৰদেশৰ নাগিনা সমষ্টিত ওমৱতী দেৱী জথাৱ, …
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : অগপই ক্ষমতাৰ খকতে যিকোনো কাম কৰিব পাৰে এই মন্তব্য এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি দাঙি ধৰে গুৱাহাটী লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই। প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি তেখেতে কয় যে অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰৰ প্ৰতিবাদৰ …
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : বিজেপিৰ লগত মিত্ৰতা কৰিবলৈ বাধ্য। নহলে নিৰ্বাচনত জিকিব নোৱাৰিব। ৰাজনৈতিক দল মৰি যাব। বিজেপিত যোগ দিয়াৰ আগে আগে অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই কৃষক মুক্তি সংগ্ৰাম সমিতিক লগ ধৰিছিল আৰু এনেদৰে কৈ …
গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ কেলেংকাৰী। এই কেলেংকাৰী অসম লোকসেৱা আয়োগৰ কেলেংকাৰীতকৈ ডাঙৰ – এই মন্তব্য অখিল গগৈৰ। মঙলবাৰে বিজেপিয়ে সংবাদমেলৰ জৰিয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত কোনোধৰণৰ …
গুৱাহাটী, সংবাদ৩৬৫, ১২ মাৰ্চ : দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ শ্ল’গান দিয়া ৰাজ্যৰ বিজেপি চৰকাৰৰ শেহতীয়া কার্য কলাপে এইবাৰ চকু কপালত তুলিছে। স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰ খনৰ শেহতীয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি আৰু …