হোজাইত মৃতদেহলৈ নখুটি আৰক্ষী চকীৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ
হোজাই, সংবাদ ৩৬৫, ১২ মাৰ্চ : ২ মাৰ্চৰ পৰা কাৰ্বি আংলং প্ৰশাসনৰ পৰা হোজাই জিলাত চলাইছিল উচ্ছেদ অভিযান। উচ্ছেদৰ সময়ত আৰক্ষীয়ে প্ৰহাৰ কৰিছিল এগৰাকী গৰ্ভৱতী মহিলাক। প্ৰহাৰ কৰাৰ পাছতেই সংকটজনক অৱস্থাত তেখেতৰ এটি নবজাতকৰ জন্ম হয়। পাছত এক সংকটজনক অৱস্থাত …