গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ ৫ লাখ আমেৰিকান ডলাৰ
গুৱাহাটী, সংবাদ৩৬৫, ২২মাৰ্চ : গুৱাহাটীত ৰে’ল ষ্টেচনত জব্দ ৫ লাখ আমেৰিকেন ডলাৰ। নিউ জলপাইগুৰি পৰা শতাব্দী এক্সপ্ৰেছেৰে মণিপুৰলৈ নিয়াৰ পথত ৰে’ল আৰক্ষীৰ হাতত আটক হ’ল মণিপুৰৰ দুজন যুৱক। উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী ৰে’ল আৰক্ষীয়ে নিয়মীয়া তালাচি চলাই শতাব্দী এশপ্ৰেছৰ পৰা …