Dibrugarh : ডিব্ৰুগড়ত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়, ৩১ অক্টোবৰ ২০২৪ : আজি লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ (Sardar Ballavbhai Patel) জন্মদিৱস উপলক্ষে ডিব্ৰুগড়ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আয়োজিত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। …

Assam Jatiya Parishad : চামগুৰিৰ হিংসাত্মক ঘটনাত উদ্বেগ প্ৰকাশ কৰি নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ অসম জাতীয় পৰিষদৰ

গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৪ : উপনিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চামগুৰি (Samguri) বিধানসভা সমষ্টিত ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা হিংসাত্মক ঘটনা সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ আঞ্চলিক দলটোৰ মতে, বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত এই হিংসাত্মক ঘটনাবোৰ সংঘটিত হৈ আছে …

Dighalipukhuri : দীঘলীপুখুৰীৰ গছ কটা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ প্ৰতিক্ৰিয়া আপৰ

গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৪ : গুৱাহাটীৰ একাংশ সচেতন নাগৰিক, স্বেচ্ছাসেৱী সংগঠন, বুদ্ধিজীৱী তথা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদত সেও মানি চৰকাৰে দীঘলীপুখুৰীৰ পাৰৰ গছ নকটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্স হেণ্ডল যোগে প্ৰকাশ কৰা …

Railway : নলবাৰী আৰু বাইহাটা ষ্টেচনৰ মাজত দ্বৈত ৰে’ল পথ মুকলি

গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৪ : ৰে’লৱে সুৰক্ষা আয়ুক্তই (চিআৰএছ) ২৯ অক্টোবৰ, ২০২৪ তাৰিখে নলবাৰী আৰু বাইহাটা ষ্টেচনৰ মাজত নতুনকৈ স্থাপন কৰা দ্বৈত ৰে’ল পখ খণ্ডৰ বিধিসন্মত পৰিদৰ্শন সম্পূৰ্ণ কৰে। এই পৰিদৰ্শনে নলবাৰী, ঘগ্ৰাপাৰ, ৰঙিয়া, কেন্দুকোনা আৰু বাইাহাটা ষ্টেচন য়াৰ্ড সমূহৰ …

Festival : উৎসৱৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ সুৰক্ষা আৰু আৰামৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পদক্ষেপ গ্ৰহণ 

নিউজ ডেস্ক, ২৯ অক্টোবৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) চলিত উৎসৱৰ বতৰত মানসম্পন্ন সেৱা প্ৰদানত কোনোধৰণৰ আপোচ নকৰাকৈ যাত্ৰীসকলৰ বাবে সুৰক্ষা আৰু আৰাম নিশ্চিত কৰাৰ হকে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি, উত্তৰ পূব সীমান্ত …

Level Crossing : লেভেল ক্ৰছিং গেট সলনিৰ বাবে বো ষ্ট্ৰিং আৰ্ক ষ্টীল গাৰ্ডাৰ স্থাপন

নিউজ ডেস্ক, ২৮ অক্টোবৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং মণ্ডলৰ অধীনস্থ কামপুৰ ৰে’ল ষ্টেচনৰ সমীপত এখন নতুন ৰোড অভাৰ ব্ৰীজৰ (আৰঅ’বি) বো ষ্ট্ৰীং আৰ্ক ষ্টীল গাৰ্ডাৰ সফলতাৰে স্থাপন কৰিছে। এই আৰঅ’বি খন গুৱাহাটী-লামডিং ব্ৰডগজ ৰে’ল পথৰ অন্তৰ্গত …

IPI : ভাৰতৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত ভাৰত নীতি প্ৰতিষ্ঠানৰ পেনেল আলোচনাৰ সফল সামৰণি

গুৱাহাটী, ২৮ অক্টোবৰ, ২০২৪ : গুৱাহাটীৰ ৰেডিছন ব্লু (Radisson Blu) হোটেলত ভাৰত নীতি প্ৰতিষ্ঠান (আইপিআই)ৰ উদ্যোগত অনুষ্ঠিত হোৱা “ভাৰতৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সংস্কাৰ” শীৰ্ষক এক গুৰুত্বপূৰ্ণ পেনেল আলোচনাৰ আজি সফল সামৰণি পৰে। এই আলোচনাত বিশিষ্ট আইনী বিশেষজ্ঞ, শিক্ষাবিদ আৰু দেশৰ …

Aap : নিৰ্বাচনী ধামখুমীয়াৰ মাজতে চামগুৰিত ‘আপ’ৰ সম্পৰ্ক যাত্ৰা

নগাঁও, ২৭ অক্টোবৰ, ২০২৪ : উপ নিৰ্বাচনক লৈ চামগুৰি (Samguri) বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ উথপথপ হৈ থকাৰ সময়তে আজি নগাঁও চহৰস্থিত শ্বহীদ ভৱন আৰু চামগুৰিৰ বৰ্মা বজাৰত অনুষ্ঠিত হয় আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ সম্পৰ্ক যাত্ৰা কাৰ্যসূচী। নগাঁও জিলা আপৰ …

Football : আই এছ এলত অসম সন্তান পাৰ্থিব গগৈৰ অভিলেখ

নিউজ ডেস্ক, ২৭ অক্টোবৰ, ২০২৪ : ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) অবিৰত অবদান অনন্য৷ আই এছ এলৰ প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আই …

Shooting : চি বি এছ ই ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জৰ পদক অৰ্জন কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ

গুৱাহাটী, ২৭ অক্টোবৰ ২০২৪ : শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২০২৪-২৫ বৰ্ষৰ চি বি এছ ই (CBSE) ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে। বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ ছাত্ৰী এঞ্জেল মহন্তই প্ৰতিযোগিতাখনিৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত ভাগ …