Rajasthan Royals : ৰাজস্থান ৰয়েলছৰ গৰাকী মনোজ বাদালেক ‘মিছন স্মাইল’ৰ আন্তৰ্জাতিক সন্মান
গুৱাহাটী, ১৮ নৱেম্বৰ, ২০২৪ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ গৰাকী তথা দেশৰ আগশাৰীৰ ব্যৱসায়ী মনোজ বাদালেক আন্তৰ্জাতিক স্বেচ্চাসেৱী সন্থা ‘মিছন স্মাইলে’ বিশ্বৰ লক্ষ্যাধিক শিশুৰ ফটা ওঠ আৰু তালুৰ সফল অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰি তোলাৰ কামত …