নাগ্ৰীজুলিত টি চি এল চি চি সমিতিক দায়িত্বভাৰ অৰ্পণ
তামুলপুৰ, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী: তামুলপুৰ মহাকুমাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনত নতুনকৈ গঠন কৰা টি চি এল চি চি ৰ নতুন সমিতি খনে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। দিনৰ ১২-০০ বজাত নাগ্ৰীজুলি ব্লক বি পি এফৰ কাৰ্যালয়ত নাগ্ৰীজুলি ব্লক বি …