Illegal Coal Mining : অবৈধ কয়লা খনন-ছিণ্ডিকেটৰ আঁৰত দিল্লী-দিছপুৰৰ আশীৰ্বাদ : অসম জাতীয় পৰিষদ
গুৱাহাটী, ৫ ফেব্ৰুৱাৰী, ২০২৬ : ”মেঘালায়ৰ (Meghalaya) পূব জয়ন্তীয়া পাহাৰ জিলাৰ অবৈধ কয়লা খনিত অসমৰ কেইগৰাকীমান শ্ৰমিক আৱদ্ধ হৈ মৃত্যুমুখত পৰা ঘটনাটো কেৱল দুখজনকেই নহয়, ভয়ংকৰভাৱে চিন্তাজনক। কিয়নো এনে ধৰণৰ অবৈধ কাৰ্য্যৰ বিৰুদ্ধে ব্যাপক আন্দোলন-প্ৰতিবাদ আদি চলি থকা স্বত্বেও অসম, …