Peerless Hospital : পিয়াৰলেছ হাস্পতাল গুৱাহাটীত ই এছ আই চি আঁচনিৰ অধীনত ৪৩ বৰ্ষীয় এগৰাকী মহিলাৰ সফল ৰিভিজন জয়েন্ট ৰিপ্লেচমেণ্ট চাৰ্জাৰী সম্পন্ন
গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী, ২০২৬ : পূৰ্বে কৰা এক জটিল অস্ত্ৰোপচাৰৰ (Operation) ইম্প্লাণ্ট বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ চিকিৎসকসকলে শেহতীয়াকৈ এগৰাকী ৪৩ বৰ্ষীয় মহিলাৰ শৰীৰত সফলতাৰে সম্পন্ন কৰে এক ৰিভিজন জয়েন্ট ৰিপ্লেচমেণ্ট চাৰ্জাৰী। উল্লেখ্য যে, এই মহিলাগৰাকীয়ে পূৰ্বে কৰা বাইলেটাৰেল …