Football : জামছেদপুৰক বিধ্বস্ত কৰি চমকপ্ৰদ প্ৰত্যাৱৰ্তন নৰ্থ ইষ্ট ইউনাইটেডৰ
নিউজ ডেস্ক, ২৬ অক্টোবৰ, ২০২৪ : চাৰিখন মেচৰ দুৰ্ভাগ্যৰ অন্ত পেলাই জয়ৰ ছন্দলৈ উভতিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) শনিবাৰে অনুষ্ঠিত প্ৰথম মেচত গুৱাহাটীৰ দলটোৱে ৫-০ গ’লত …