Badminton : প্ৰি-কোৱাৰ্টাৰত বিদায় ল’লে শীৰ্ষ বাচনিৰ প্ৰিয়াংশু ৰাজাৱটে
গুৱাহাটী, ৫ ডিচেম্বৰ, ২০২৪ : শীৰ্ষ বাচনিৰ ভাৰতীয় শ্বাটলাৰ প্ৰিয়ংশু ৰাজাৱট চলিত বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ বেডমিণ্টন প্ৰতিযোগিতা গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ ৰ পৰা বিদায় লৈছে৷ গুৱাহাটীৰ সৰুসজাই (Sarusajai) ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ …