NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আৰপিএফৰ নাবালক আৰু মহিলাসকলৰ উদ্ধাৰ আৰু সুৰক্ষা প্ৰচেষ্টা তীব্ৰতৰ
নিউজ ডেস্ক, ২৯ এপ্ৰিল, ২০২৫ : অসুৰক্ষিত যাত্ৰীসকলৰ সুৰক্ষা আৰু মানৱ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত এক সুদৃঢ় প্ৰচেষ্টাৰ দিশত, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিল পৰ্যন্ত উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এই সময়ছোৱাত …