তিনিচুকীয়াত নিহত পাঁচ নিৰীহ লোকৰ আত্মাৰ সদগতি কামনা কৰি তামুলপুৰৰ কাউলীত বন্তি প্ৰজ্বলন
তামুলপুৰ, সংবাদ ৩৬৫, ২ নৱেম্বৰ: বৃহস্পতিবাৰে নিশা তিনিচুকীয়াৰ ধলাত হোৱা নৰসংহাৰৰ ঘটনাই ইতিমধ্যে সমগ্ৰ ৰাজ্য তথা দেশ কপাই তুলিছে। কোনো দুস্কৃতিকাৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া ধলাত ৫ জনকৈ নিৰীহ লোকক গুলিয়াই হত্যা কৰা ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰতিবাদ অব্যাহত আছে। …