টিহুত অমানৱী জঘন্য ঘটনা: দলবব্ধ ধৰ্ষণৰ বলি এগৰাকী বিবাহিত মহিলা

টিহু, সংবাদ ৩৬৫, ২৫ অক্টোবৰ: ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণ-বলাৎকাৰৰ নিচিনা জঘন্য ঘটনা। আজিও আমাৰ দেশত এগৰাকী নাৰী মুঠেও সুৰক্ষিত নহয়। দৈনন্দিন জীৱনত প্ৰত্যেক দিনাই নাৰী এগৰাকীয়ে এজন পুৰুষৰ দ্বাৰা নিৰ্যাতিত হৈ পৈশাচিক কাণ্ডৰ বলি হৈ আহিছে। তেনে এক …

বাক্সাৰ নাওকাটাৰ এন আৰ চি সেৱা কেন্দ্ৰত স্কুলীয়া ছাত্ৰীৰ স্বচ্ছ ভাৰত অভিযান

নাওকাটাৰ পৰা বিস্মিতা শৰ্মা সংবাদ ৩৬৫, ২৩ অক্টোবৰ: বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওকাটাৰ এন আৰ চি সেৱা কেন্দ্ৰত মঙ্গলবাৰে নাওকাটা মিলন বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰীসকলে এক স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ন কৰে। নাওকাটা মিলন বালিকা মধ্য ইংৰাজী …

অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱৰ ফলত স্তব্ধ জনজীৱন: ৰেলৱে ষ্টেচন সদৃশ বিমানবন্দৰৰ পৰিবেশ

আজাৰা, সংবাদ ৩৬৫, ২৩ অক্টোবৰ: ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মঙ্গলবাৰে ৪৬টাকৈ জাতীয় সংগঠনে দিয়া ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গ’ল সমগ্ৰ অসমত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বহু সংগঠনে দিয়া …

ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ: ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থনকাৰীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ চৌদিশে জ্বলিছে প্ৰতিবাদৰ জোৱাৰ। সমগ্ৰ অসমতে এতিয়া একেই প্ৰতিবাদী কণ্ঠ” নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগে”। সেয়ে মঙ্গলবাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৪৬টাকৈ জাতীয় সংগঠনে দিয়া ১২ ঘন্টীয়া অসম বন্ধত …

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তামুলপুৰত বাগসা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

তামুলপুৰ, সংবাদ ৩৬৫, ২২ অক্টোবৰ: সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰেও তামুলপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বাগসা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘন্টীয়া ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ঘগ্ৰাপাৰ চকত ৰূপায়ন কৰা এই প্ৰতিবাদী …

কলগাছিয়াত অবৈধ কাঠ ফলা মিলত জব্দ বহু লক্ষাধিক টকাৰ কাঠ

কলগাছিয়া, সংবাদ ৩৬৫, ২২ অক্টোবৰ: ৰাজ্যত সঘনাই বৃদ্ধি পাই আহিছে অবৈধ বেহা। সোমবাৰেও বৰপেটা জিলাৰ কলগাছিয়াৰ গৰম বজাৰত বৰপেটা ৰোড বন বিভাগে এটা অবৈধ কাঠ ফলা মিলত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ১০ লাখ টকাৰ চোৰাং কাঠ। এই …

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোৰ সমদল

কলগাছিয়া, সংবাদ ৩৬৫, ২১ অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬)খনে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা হিন্দু, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন ধৰ্মৰ অবৈধ প্ৰব্ৰজনকাৰীক নাগৰিকত্বৰ যোগ্য হিচাপে ঘোষনা কৰিছে। নাগৰিকত্ব আইন ১৯৫৫ মতে কোনো অবৈধ প্ৰবজনকাৰী নাগৰিকত্বৰ বাবে যোগ্য নহয়। তাৰ প্ৰতিবাদত …

একত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং তেলৰ টেংকাৰ জব্দ

অভয়াপুৰী, সংবাদ ৩৬৫, ২১ অক্টোবৰ: অভয়াপুৰী থানাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত কাকৈজানাত দেওবাৰে শালমাৰা আৰক্ষীৰ অভিযানত এখন চোৰাং খাৰুৱা তেল কঢ়িয়াই অনা টেংকাৰ জব্দ হয়। এক গোপন সূত্ৰৰ পৰা পোৱা খৱৰৰ ভিত্তিত উত্তৰ শালমাৰা আৰক্ষীয়ে অভিযান চলাই কাকৈজানাত ৩১ নং …

আজাৰাত আৰক্ষীৰ শ্বহীদ স্মৃতি দিৱস: শ্বহীদ ভাস্কৰ কলিতাক বিশেষ শ্ৰদ্ধাঞ্জলি

আজাৰা, সংবাদ ৩৬৫, ২১ অক্টোবৰ: দেওবাৰে আজাৰাত আৰক্ষীৰ শ্বহীদ স্মৃতি দিৱস পালন কৰা হয়। এই শ্বহীদ স্মৃতি দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো শ্বহীদ সকলক স্মৃতি তৰ্পন কৰা হয় । আজি দেওবাৰে কামৰূপ মহানগৰ আৰক্ষীৰ উদ্যোগত আজাৰা আৰক্ষীৰ সহযোগত মাজিৰগাওঁৰ …

সৰভোগত চাঞ্চল্যকৰ ঘটনা: বেঁকী নৈৰ দলঙৰ পৰা জপিয়াই আত্মহত্যা  অচিনাকি যুৱতীৰ

সৰভোগ, সংবাদ ৩৬৫, ২১ অক্টোবৰ: বৰপেটা জিলাৰ সৰভোগত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। দেওবাৰে ৰাতিপুৱা বেঁকী নৈৰ দলঙৰ পৰা জপিয়াই আত্মহত্যা এগৰাকী অচিনাকি যুৱতীৰ। যুৱতী গৰাকীৰ পিন্ধনত জিনছ পৰিহিত আছিল বুলি জানিব পৰা গৈছে প্ৰত্যক্ষদর্শীৰ পৰা। বৰ্তমানলৈকে যুৱতী গৰাকী চিনাক্ত …