নৱবৰ্ষৰ প্ৰাকমূহূৰ্তত অসমৰ কৃষকলৈ সুখবৰ: পোনপ্ৰথমবাৰৰ বাবে অসমৰ কমলা বিমানযোগে উৰা মাৰিলে হংকংলৈ: এক ঐতিহ্যাসিক মুহুৰ্তৰ সাক্ষী হৈ ৰ’ল বৰঝাৰ বিমানবন্দৰ
গুৱাহাটী, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ: নৱবৰ্ষলৈ অসমৰ কৃষকলৈ এক সুখবৰ। পুনৰ এক ঐতিহ্যাসিক মুহুৰ্তৰ সাক্ষী হৈ ৰ’ল বৰঝাৰ বিমানবন্দৰ। কিছুদিন পুৰ্বে অসমৰ শাক-পাচলি বিদেশলৈ উৰা মাৰিছিল আৰু আজি সোমবাৰে পুনৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা স্পাইচ জেটৰ বিমানযোগে …