বাক্সাৰ নাগ্ৰীজুলিত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত কেইবাটাও বাসগৃহ ভাঙি চূৰমাৰ
বাক্সা, সংবাদ ৩৬৫, ৬ জানুৱাৰী: বাক্সা জিলাৰ নাগ্ৰীজুলিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নাগ্ৰীজুলিত বনৰীয়া হাতীৰ জাকে দৈনিক তাণ্ডৱ চলোৱাৰ ফলত বিনীদ্ৰ ৰজনী কটাই আহিবলগীয়া হৈছে উক্ত অঞ্চলবাসীয়ে। শনিবাৰে নিশাও বনৰীয়া হাতীৰ জাক এটাই নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ …