তেজপুৰত শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ

তেজপুৰ, সংবাদ ৩৬৫, ৬ অক্টোবৰ: বিগত তিনি বছৰে তেজপুৰ ডিটেনশ্বন কেম্পত আবদ্ধ হৈ ওদালগুৰি জিলাৰ বাসিন্ধা জব্বৰ আলিৰ ডিটেনশ্বন কেম্পত মৃত্যু হোৱাৰ প্ৰতিবাদত শনিবাৰে ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে শোণিতপুৰ জিলা মুছলিম …

বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ নুমুনা: টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ

সোণতলী, সংবাদ ৩৬৫, ৬ অক্টোবৰ: পৰিৱৰ্তনৰ শ্লোগান গাই ফুৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত বিজেপি চৰকাৰ গঠন কৰি গাদী দখল কৰি উন্নয়নৰ ফোঁপোলা স্বৰূপ দেখুৱা চৰকাৰখনে পৰিবৰ্তনৰ নামত অসফল কৰি দেখুৱালে। পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পাছত বিজেপি চৰকাৰ গঠন কৰি চৰকাৰ …

নাহৰকটীয়াৰ জয়পুৰত বনৰীয়া দঁতাল হাতীৰ মৃতদেহ উদ্ধাৰ

নাহৰকটীয়া, সংবাদ ৩৬৫, ৬ অক্টোবৰ: নাহৰকটীয়াৰ জয়পুৰত শনিবাৰে বনৰীয়া দঁতাল হাতীৰ মৃতদেহ উদ্ধাৰ হয়। খাদ্যৰ সন্ধানত ওলাই আহি এটা বনৰীয়া দঁতাল হাতীৰ মৃত্যুমুখত পৰে। উল্লেখ্য যে শুক্ৰবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অাহিছিল বাৰ তেৰ বছৰীয়া এটা প্ৰকাণ্ড দঁতাল হাতী। তাৰ …

গৌৰীপুৰত এক আমানৱীয় জঘন্য ঘটনা: নৰৰূপী নিজ পিতৃৰ হাতত ধৰ্ষনৰ বলি চৈধ্য বছৰীয়া এগৰাকী কিশোৰী

গৌৰীপুৰ, সংবাদ ৩৬৫, ৬ অক্টোবৰ: পিতৃৰ নামত কলংক সানিলে এটা লম্পট পিতৃয়ে। পিতৃ কন্যাৰ সম্পৰ্কত কালিমা সানিলে ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অধীনস্থ আটানী উপ আৰক্ষী চকীৰ অৰ্ন্তগত পিয়াজবাৰী প্ৰথমখণ্ড গাৱৰ এটা লম্পট পিতৃয়ে। শুকুৰবাৰে ধুবুৰীৰ গৌৰীপুৰত লম্পট পিতৃৰ এনে এক …

গোসাঁইগাঁৱৰ গাঁও চুলকাত যুৱতী- মহিলাক সাবলিকৰণৰ বাবে এছ এছ বিৰ উদ্যোগত চিলাই প্ৰশিক্ষণ শিৱিৰ

গোসাঁইগাঁও, সংবাদ ৩৬৫, ৫ অক্টোবৰ: গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ যুৱতী- মহিলা সকলক স্বাবলম্বী কৰাৰ বাবে এছ এছ বিৰ উদ্যোগত এমাহজুৰি এটি চিলাই প্ৰশিক্ষণ শিৱিৰৰ শুকুৰবাৰে শুভাৰম্ভ কৰা হয়। লুথাৰান ওৱাল্ড চাৰ্ভিচ ইণ্ডিয়া ট্ৰাষ্টৰ সহযোগত এছ এছ বিয়ে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত …

অলা-উবেৰ কেব বুকিং কৰিলে সাৱধান হওক

গুৱাহাটী, সংবাদ ৩৬৫, ৫ অক্টোবৰ: মহানগৰীত অব্যাহত আছে ঠগ প্ৰবঞ্চকে সাধাৰণ জনতাক লুট পাত কৰা ঘটনা। কিছুদিন পূৰ্বে বৰঝাৰ বিমান বন্দৰৰ পৰা মালিগাঁও যোৱাৰ বাবে এগৰাকী সেনা বিষয়াই বুকিং কৰিছিল এখন উবেৰ বাহন। কিন্তু বুকিং কৰা উবেৰ খন সেনা বিষয়া …

নামৰূপত বৃহত্বৰ অসমীয়া মহিলা মঞ্চ আৰু অসমীয়া বৃহত্বৰ যুৱ মঞ্চৰ প্ৰতিবাদ

নামৰূপ, সংবাদ ৩৬৫, ৫ অক্টোবৰ: অসমীয়া জাতিৰ ধৰ্ম আৰু সাংস্কৃতিক নিৰ্মাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক চৰম অপমান কৰা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বৰালে কৰা বিতৰ্কিত মন্তব্যকলৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে কৰা প্ৰতিবাদৰ সমান্তৰালকৈ শুকুৰবাৰে নামৰূপ সোনাৰি তিনিআলিত বৃহত্বৰ অসমীয়া মহিলা মঞ্চ আৰু …

বঙাইগাঁও জিলাৰ তিলপুখুৰীত গাড়ী চোৰ আটক: উত্তম মাধ্যম ৰাইজৰ

বঙাইগাঁও, সংবাদ ৩৬৫, ৫ অক্টোবৰ: বঙাইগাঁও জিলাৰ তিলপুখুৰীত বৃহস্পতিবাৰে নিশা ৰাইজে আটক কৰে এজন গভাইত গাড়ী চোৰ। জানিব পৰা মতে বৰইচালা গাৱৰ আব্দুল মতিনৰ এ এছ২৬ চি ৩৭৫০ নম্বৰৰ বলেৰো গাড়ীখন কীৰ্ত্তন পাৰাৰ চালকৰ ঘৰৰ পৰা বৃহস্পতিবাৰে নিশা দীপক দাস …

কটাহগুৰি মহাবিদ্যালয়ত নৱাগত আদৰনী সভা

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ৪ অক্টোবৰ: বটদ্ৰৱাৰ কটাহগুৰি মহাবিদ্যালয়ত নৱাগত আদৰনী সভাৰ দুদিনীয়া কাৰ্য্যসূচীৰে আনুষ্ঠিত হোৱা আদৰনী সভাৰ বৃহস্পতিবাৰে সফল সমাপ্তি হয়। উক্ত সভাত সভাপতিত্ব কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী শ্ৰী যুতা জানেকি সীৰায় ৷ প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ …

ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ পৰা অসমৰ পংকজ জ্যোতি হাজৰিকাই অব্যাহতি বিচাৰিলে

গুৱাহাটী, সংবাদ ৩৬৫, ৪ অক্টোবৰ: ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ পৰা অসমৰ পংকজ জ্যোতি হাজৰিকাই অব্যাহতি বিচাৰিলে। যোৱা ১০ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ জেনেভাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰ সংঘৰ ৩৯ তম মানৱ অধিকাৰ পৰিষদত প্ৰতিনিধি হিচাপে উপস্থিত থাকি অসম তথা নগাঁও সন্তান পংকজ …