ৰাজ্যৰ ভিন্ন ঠাইত প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন: সৰুপথাৰ সমষ্টিত এটা পৰিয়াল ভোটদানৰ পৰা বঞ্চিত
সৰুপথাৰ, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ: বহু প্ৰত্যাক্ষিত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ ভিন ভিন ঠাইত বুধবাৰে পূৰ্ণোদ্যমে চলা পৰিলক্ষিত হয়। প্ৰথম পয্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া পূৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ৷ সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাটো …