মিৰ্জাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ
মিৰ্জা, সংবাদ ৩৬৫, ২৬ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত জ্বলি আছে প্ৰতিবাদৰ জুই। সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে দক্ষিণ কামৰূপৰ মিৰ্জাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে নিবনুৱা পৰিষদ কামৰূপ জিলা সমিতিয়ে । এই প্ৰতিবাদী …