Level Crossing : লেভেল ক্ৰছিং গেট সলনিৰ বাবে বো ষ্ট্ৰিং আৰ্ক ষ্টীল গাৰ্ডাৰ স্থাপন

নিউজ ডেস্ক, ২৮ অক্টোবৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং মণ্ডলৰ অধীনস্থ কামপুৰ ৰে’ল ষ্টেচনৰ সমীপত এখন নতুন ৰোড অভাৰ ব্ৰীজৰ (আৰঅ’বি) বো ষ্ট্ৰীং আৰ্ক ষ্টীল গাৰ্ডাৰ সফলতাৰে স্থাপন কৰিছে। এই আৰঅ’বি খন গুৱাহাটী-লামডিং ব্ৰডগজ ৰে’ল পথৰ অন্তৰ্গত …

IPI : ভাৰতৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত ভাৰত নীতি প্ৰতিষ্ঠানৰ পেনেল আলোচনাৰ সফল সামৰণি

গুৱাহাটী, ২৮ অক্টোবৰ, ২০২৪ : গুৱাহাটীৰ ৰেডিছন ব্লু (Radisson Blu) হোটেলত ভাৰত নীতি প্ৰতিষ্ঠান (আইপিআই)ৰ উদ্যোগত অনুষ্ঠিত হোৱা “ভাৰতৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সংস্কাৰ” শীৰ্ষক এক গুৰুত্বপূৰ্ণ পেনেল আলোচনাৰ আজি সফল সামৰণি পৰে। এই আলোচনাত বিশিষ্ট আইনী বিশেষজ্ঞ, শিক্ষাবিদ আৰু দেশৰ …

Aap : নিৰ্বাচনী ধামখুমীয়াৰ মাজতে চামগুৰিত ‘আপ’ৰ সম্পৰ্ক যাত্ৰা

নগাঁও, ২৭ অক্টোবৰ, ২০২৪ : উপ নিৰ্বাচনক লৈ চামগুৰি (Samguri) বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ উথপথপ হৈ থকাৰ সময়তে আজি নগাঁও চহৰস্থিত শ্বহীদ ভৱন আৰু চামগুৰিৰ বৰ্মা বজাৰত অনুষ্ঠিত হয় আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ সম্পৰ্ক যাত্ৰা কাৰ্যসূচী। নগাঁও জিলা আপৰ …

Football : আই এছ এলত অসম সন্তান পাৰ্থিব গগৈৰ অভিলেখ

নিউজ ডেস্ক, ২৭ অক্টোবৰ, ২০২৪ : ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) অবিৰত অবদান অনন্য৷ আই এছ এলৰ প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আই …

Shooting : চি বি এছ ই ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জৰ পদক অৰ্জন কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ

গুৱাহাটী, ২৭ অক্টোবৰ ২০২৪ : শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২০২৪-২৫ বৰ্ষৰ চি বি এছ ই (CBSE) ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে। বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ ছাত্ৰী এঞ্জেল মহন্তই প্ৰতিযোগিতাখনিৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত ভাগ …

Football : জামছেদপুৰক বিধ্বস্ত কৰি চমকপ্ৰদ প্ৰত্যাৱৰ্তন নৰ্থ ইষ্ট ইউনাইটেডৰ

নিউজ ডেস্ক, ২৬ অক্টোবৰ, ২০২৪ : চাৰিখন মেচৰ দুৰ্ভাগ্যৰ অন্ত পেলাই জয়ৰ ছন্দলৈ উভতিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) শনিবাৰে অনুষ্ঠিত প্ৰথম মেচত গুৱাহাটীৰ দলটোৱে ৫-০ গ’লত …

Aap Protest : আপৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ

গুৱাহাটী, ২৬ অক্টোবৰ, ২০২৪ : আপৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ। মূল্যবৃদ্ধি (Price Hike) ৰোধ, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত শতাধিক আপ কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱন দায়িনী ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত চৰকাৰে …

Football : আত্মবিশ্বাসী জামছেদপুৰ এফ চিৰ বিৰুদ্ধে চাপত নৰ্থ ইষ্ট ইউনাইটেড

গুৱাহাটী, ২৫ অক্টোবৰ, ২০২৪ : গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ (ISL) শনিবাৰে আবেলি পাঁচ বজাত হ’বলগা মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে জামছেদপুৰ এফ চিৰ বিৰুদ্ধে খেলিব৷ ঘৰুৱা দলটোৱে নতুন ছিজনত গুৱাহাটীত …

Nomination : বিহালী আৰু চামগুৰিত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

গুৱাহাটী, ২৫ অক্টোবৰ, ২০২৪ : বিহালী আৰু চামগুৰিত আপৰ প্ৰাৰ্থীৰ (Aap Candidate) মনোনয়ন দাখিল।বিহালীত অনন্ত গগৈ আৰু চামগুৰিত নুৰুল আমিন চৌধুৰীৰ প্ৰতিদ্বন্দ্বিতা। উপ নিৰ্বাচনত ৰাজ্যৰ দুটাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আম আদমি পাৰ্টীয়ে। আজি ৭৭ নং বিহালী বিধানসভা সমষ্টিত আপৰ …

Supreme Court : ভুৱা এনকাউন্টাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আদৰণী ড০ দিব্যজ্যোতি শইকীয়াৰ

গুৱাহাটী, ২৪ অক্টোবৰ, ২০২৪ : দেশৰ উচ্চতম ন্যায়ালয়ে অসমত ২০২১ বৰ্ষৰ পৰা ২০২২ বৰ্ষ পৰ্যন্ত সংঘটিত হোৱা ১৭১ টা এনকাউণ্টৰৰ (Encounter) ঘটনা সন্দৰ্ভত ২২ অক্টোবৰত বিস্তাৰিত তথ্য দাখিলৰ এক নিৰ্দেশ প্ৰদান কৰা কাৰ্যক আদৰণী জনায় অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানব অধিকাৰ …