Maligaon : মালিগাঁৱৰ ৰং ভৱনত ৬৯ তম বিশিষ্ট ৰে’ল সেৱা পুৰস্কাৰ অনুষ্ঠানৰ আয়োজন
গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী, ২০২৫ : সোমবাৰে মালিগাঁৱৰ নৱনিৰ্মিত ৰং ভৱন পৰিসৰত ৬৯ তম বিশিষ্ট ৰে’ল সেৱা পুৰস্কাৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ (NF Railway) মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্য কাৰ্যালয় আৰু পাঁচটা মণ্ডলৰ অন্তৰ্গত বিভিন্ন …