Hapkido Championship : হাপকিডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত অষ্টম ৰাষ্ট্ৰীয় হাপকিডো চেম্পিয়নশ্বিপ
নিউজ ডেস্ক, ২৪ অক্টোবৰ ২০২৪ : যোৱা ১৯ আৰু ২০ অক্টোবৰত নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অষ্টম ৰাষ্ট্ৰীয় হাপকিডো চেম্পিয়নশ্বিপখনি সাফল্যপূৰ্বকভাৱে অনুষ্ঠিত কৰে হাপকিডো ফেডাৰেচন অৱ ইণ্ডিয়াই (HFI)। এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনিত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ …