Purabi Dairy : পূৰবী ডেইৰীৰ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত দুগ্ধক্ষেত্ৰত দুগ্ধ প্ৰক্ৰিয়াকৰণ ক্ষমতা দুগুণ কৰাৰ লক্ষ্যৰে এন ডি ডি বি আৰু ৱামুলৰ চুক্তি স্বাক্ষৰ
গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী, ২০২৫ : ‘এডভাণ্টেজ আছাম ২.০’ৰ মঞ্চত সূচনা হৈছে অসমৰ কৃষি আৰু দুগ্ধ উদ্যোগৰ এক নতুন দিগন্ত। ২৬ ফেব্ৰুৱাৰীত স্বাক্ষৰিত দুখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে কৃষকৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত …