Bihu : বিহুৰ মাজতে নিৰ্বাচন পতাক লৈ অসন্তুষ্ট বিৰোধী ঐক্য মঞ্চ : নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ
গুৱাহাটী, ৫ এপ্ৰিল, ২০২৫ : অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ মাজতে পঞ্চায়ত নিৰ্বাচন (Panchayat Election) অনুষ্ঠিত কৰিবলৈ লোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহৰ ঐক্যমঞ্চ অসম সন্মিলিত মৰ্চা চমুকৈ অসমে। দলকেইটাৰ মতে, জাতীয় উৎসৱ বিহুৰ দিনকেইটাৰ মাজতে মনোনয়ন প্ৰত্যাহাৰৰ …