ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰত বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ মইমতালিত নিহত এজন: আহত দুজন
ডিব্ৰুগড়, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ: ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰত বৃহস্পতিবাৰে নিশা বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ মইমতালিৰ বাবে নিহত হয় এজন আৰু আহত হয় দুজন। উল্লেখ্য যে চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনত জয়পুৰ লেবাংকোলাত এগৰাকী ব্যক্তিৰ ঘৰত বিদ্যুৎ সংযোগ কৰিব গৈছিল ৰাজকুমাৰ চেতিয়া …