বৰপেটাৰ গুইলেজাত বেঁকী নৈৰ খহনীয়াই গুইলেজা প্ৰাথমিক বিদ্যালয়লৈ খহনীয়াৰ ভাবুকি : ৩০টা পৰিয়ালৰ ভেটি মাটি সহ শ শ বিঘা খেতি মাটি উছন হল বেকী নৈৰ বুকুত নৈৰ বুকুত
বৰপেটা, সংবাদ ৩৬৫, ১৯ ছেপ্টেম্বৰ: ৰাজ্যখনত প্ৰতিবছৰে নৈপৰীয়া লোকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ব্যাপক গৰাখহনীয়াই। শেহতীয়াকৈ বৰপেটাৰ গুইলেজাত বেঁকী নৈৰ খহনীয়াৰ তাণ্ডৱত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইতিমধ্যে গাও খনৰ ৩০ টা কৈ পৰিয়ালৰ ভেটি মাটি নৈৰ বুকুত জাহ …