Rail : ৰে’ল চালকৰ সতৰ্কতাৰ বাবে প্ৰাণ ৰক্ষা এজাক বনৰীয়া হাতীৰ
গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৪ : ৰে’ল চালকৰ সতৰ্কতাৰ বাবে প্ৰাণ ৰক্ষা এজাক বনৰীয়া হাতীৰ (Wild Elephant)। ১৬ অক্টোবৰ, ২০২৪ তাৰিখে ৰে’ল নং. ১৫৯৫৯ কামৰূপ এক্সপ্ৰেছৰ লোকো পাইলট জে.ডি. দাস আৰু সহকাৰী লোকো পাইলট উমেশ কুমাৰে হাবাইপুৰ আৰু লামচাখাং ষ্টেচনৰ মাজৰ …